Local, Vocal, Global

চিকিৎসকে সুৰাপান কৰি ৰোগীৰ আত্মীয়ৰ লগত বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ

নিউজ ডেস্ক,১৭ডিচেম্বৰ : চিকিৎসকে সুৰাপান কৰি ৰোগীৰ আত্মীয়ৰ লগত বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ

ৰোগীক ৰিলিজ লাগে, কিন্তু হাস্পতাল কৰ্তৃপক্ষই ৰিলিজ নিদিয়ে

ৰোগীক হাস্পতালতে বন্দী কৰি টকা ঘটাৰ অভিযোগ

ভুল চিকিৎসা আৰু হাস্পতাল কৰ্তৃপক্ষৰ মইমতালিৰ অভিযোগ তুলি উত্তেজিত হৈ পৰিল ৰোগীৰ পৰিয়াল

তেজপুৰৰ BJ হাস্পতালত সংঘটিত এই ঘটনা

লগতে পঢ়ক:Outrage Over Newborn’s Death at Amingaon Hospital:নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি আমিনগাঁৱস্থিত তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত উত্তেজনা