কাজিৰঙাত দুষ্প্ৰাপ্য পিপলি চেংমাছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৭আগষ্ট : কাজিৰঙাত দুষ্প্ৰাপ্য পিপলি চেংমাছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰীক। ৩ সৰবৰাহকাৰীৰ পৰা জব্দ দুষ্প্ৰাপ্য পিপলি চেংমাছ।
কিছুদিন পূৰ্বেও পিপলি চেংমাছসহ আটক কৰিছিল এজনক। লোকজনক আটকৰ পাছত তদন্তকাৰী বিষয়াই লাভ কৰিছিল বহু গোপন তথ্য।