ইউক্ৰেইনত প্ৰথমজন ভাৰতীয় ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক, ১ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনত হোৱা সংঘৰ্ষৰ ফলত ইউক্ৰেইনত আবদ্ধ বহুতো ভাৰতীয় শিক্ষাৰ্থী আৰু এই প্ৰবাসী ছাত্ৰ ছাত্ৰী সকলৰ মাজত ইউক্ৰেইনত মৃত্যু মুখত পৰে এজন ভাৰতীয় ছাত্ৰ। খাৰ্কিভ ৰুছ সেনাৰ গুলীবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰজন। নিহত ছাত্ৰ জনৰ নাম আছিল নবীন শেখাৰাপ্পা। নবীন আছিল কৰ্ণাটকৰ বাসিন্দা। খাৰ্কিভ নেশ্যনেল মেডিকেল ইউনিভাৰ্ছিটিৰ অধ্যয়নৰত আছিল ছাত্ৰ জন । ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ে স্পষ্ট কৰে এই কথা।