Local, Vocal, Global

আকৌ অসম আৰক্ষী পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল

নিউজ ডেস্ক ২৫ এপ্ৰিল:- আকৌ এবাৰ অসম আৰক্ষী পৰীক্ষাৰ প্ৰশ্নকাকত হোৱাটছএপত ফাদিল কৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শৰ পৰীক্ষাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই এইবাৰ কালি অনুষ্ঠিত হোৱা উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত মোবাইলে মোবাইলে উপলব্ধ হৈছে ।

উল্লেখ্য ,দেওবাৰ ২৪ এপ্ৰিল তাৰিখে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শৰ পৰীক্ষাৰ বাবে এনেবোৰ নিষেধাজ্ঞা জাৰি কৰে পৰীক্ষাৰ শেষত পৰীক্ষাৰ উত্তৰবহীৰ লগতে প্ৰশ্নকাকতো জমা দি আহিব লাগে পৰীক্ষাৰ্থীয়ে। আনকি পৰীক্ষাকেন্দ্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে মোবাইল ফোন লগত নিব নোৱাৰিব ।

কিন্তু এতিয়া প্ৰশ্ন হয় এনেবোৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো কেনেদৰে মোবাইলে মোবাইলে প্ৰশ্নকাকত ফাদিল হ’ল ।

পূৰ্বৰতে ফাদিল কৰা ধৰণে এইবাৰো এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে নেকি তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

জানিব পৰা মতে, বৰ্তমানলৈ এই সন্দৰ্ভত ছেবাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এইবাৰ মুঠ ১৫৪টা পৰীক্ষাকেন্দ্ৰত ৬৬ হাজাৰ পৰীক্ষাৰ্থীয়ে উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।