Summer Care Tips
হিট ষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ মানি চলক
এইসমূহ টিপছ
দীৰ্ঘ সময়ৰ বাবে বাহিৰত ৰ’দত থকাটো এৰাই চলিব লাগে
দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰৰ সময়চোৱাত ঘৰৰ পৰা ওলাই নাযাব
দিনৰ ভাগত বাহিৰলৈ ওলাই যাব লগা হ’লে ছানস্ক্ৰীণ ব্যৱহাৰ কৰক
ওলাই যাওতে লগত লৈ যাওক ছাতি, টুপী আৰু ঠাণ্ডা পানী
খোৱা খাদ্যসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ক
অধিক তৰল বস্তু পান কৰক
এবাৰতে অধিক খোৱাটো পৰিহাৰ কৰক
আৰামদায়ক কাপোৰ পিন্ধিব লাগে
মচলাযুক্ত খাদ্য নোখোৱাটোৱেই শ্ৰেয়
অত্যধিক পানী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে নেকি ?
অত্যধিক পানী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে নেকি ?
View Next Story