অত্যধিক পানী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে নেকি ?
এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দৈনিক ৩-৪ লিটাৰ পানী খাব লাগে
পানী কমকৈ খালে ডিহাইড্ৰেচন হোৱাৰ লগতে বৃক্কত পাথৰ হোৱা সম্ভাৱনা থাকে
আমি প্ৰয়োজনতকৈ অধিক পানী খোৱাটোও উচিত নহয়
অত্যাধিক পানী খালে ইয়াৰ পৰা পাৰ্শ্বক্ৰিয়াও হব পাৰে
জানো আহকচোন অতিমাত্ৰা পানী খোৱাৰ পাৰ্শ্বক্ৰিয়াসমূহ
অতিমাত্ৰা পানী খালে বিষক্ৰিয়াৰ দৰে সমস্যাও হ’ব পাৰে
অতিমাত্ৰা পানী খোৱাৰ ফলত বৃক্কৰ কামও বহু পৰিমাণে বৃদ্ধি পায়
শৰীৰত থকা ইলেক্ট্ৰ'লাইটবোৰ অতি পাতল হৈ পৰিব পাৰে
প্ৰতিদিনে কিমান পানী খোৱাটো উচিত, তাৰ কোনো নিৰ্দিষ্ট সূত্ৰ নাই
নহৰুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি
নহৰুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি
View Next Story