কুহুমীয়া গৰম পানীৰ আছে যথেষ্ট উপকাৰিতা । জানি আচৰিত হ'ব আপুনি

গৰম পানী নিয়মিত ভাৱে সেৱন কৰিলে পেটৰ বিভিন্ন সমস্যা যেনে acidity,কোষ্ঠকাঠিন্য,পেটৰ বিষ দূৰ  হয়

গৰম পানীয়ে হজম  আৰু পেটৰ ভিতৰৰ আৱৰ্জনা বোৰ সহজে আঁতৰ কৰাত সহায় কৰাৰ  লগতে পাচন ক্ৰিয়া সক্ৰিয় কৰে ।

গৰম পানীয়ে শৰীৰৰ অলাগতীয়াল বিষাক্ত পদাৰ্থবোৰ নিশৰণত সহায় কৰে

গৰম পানীয়ে আমাৰ হজম শক্তি বৃদ্ধি কৰে

গৰম পানীয়ে আমাৰ শৰীৰত সৃষ্টি হোৱা অতিৰিক্ত fats বোৰ ধ্বংস কৰি  আমাৰ শৰীৰৰ ওজন কমোৱাত সহায় কৰে

গৰম পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায় ফলত ছাল উজ্জ্বল হয়

নিয়মিত গৰম পানী খালে বাত বিষ হোৱাৰ  সম্ভাৱনা কমে

তুলসী পাতত আছে যথেষ্ট উপকাৰী গুণাগুণ