তুলসী পাতত আছে যথেষ্ট উপকাৰী গুণাগুণ
যদি আপুনি কম ভোক অনুভৱ কৰে আৰু পাচন শক্তি নিৰন্তৰ দুৰ্বল হৈ থাকে তেনেহ'লে তুলসীৰ পাত খাওক
প্ৰতিদিনে ৰাতিপুৱা কুহুমীয়া পানীৰে তুলসীৰ ৪-৫ টা পাত খাব ফলত আপোনাৰ পাচন শক্তি ভাল হ'ব, ভোক বৃদ্ধি হ'ব আৰু তেজ পৰিষ্কাৰ হ'ব
কাণত বিষ হোৱা বা কাণৰ তলৰ অংশ ফুলাৰ বাবে তুলসী যথেষ্ট উপকাৰী
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'লে তুলসীৰ পাত অতি উপকাৰী
তুলসীৰ পাত খালে পেটৰ বিষ, জ্বৰ, চৰ্দি, ওকালি অহা আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ পৰা সকাহ পাব
চুলিৰ বাবে তুলসীৰ পাত অতি উপকাৰী
তুলসীৰ পাতৰ ৰস উলিয়াই চুলিত লগালে, চুলি বাঢ়িবলৈ আৰম্ভ কৰে
তুলসীৰ পাতে ডিঙিত জমা হোৱা কফ চাফা কৰাৰ ক্ষেত্ৰত সহায় কৰে
তুলসীৰ পাত সেৱনে মাইগ্ৰেইন আৰু মূৰৰ বিষত সকাহ দিয়ে আৰু চাপ হ্ৰাস কৰে
লগতে পঢ়ক