Local, Vocal, Global

Young woman commits suicide in Guwahati: মহানগৰীৰ ভাড়া ঘৰত পুনৰ যুৱতীৰ আত্মহনন

নিউজ ডেস্ক,১৯জানুৱাৰী : পুনৰ গুৱাহাটীত মহানগৰীত চাঞ্চল্যকৰ ঘটনা ।

মহানগৰীৰ ভাড়া ঘৰত পুনৰ যুৱতীৰ আত্মহনন(Young woman commits suicide in Guwahati)।

গীতানগৰৰ মনালিছা পথৰ হাউচ নং ৫ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।

নিহত যুৱতীগৰাকীৰ ঘৰ লখিমপুৰত

যুৱতীগৰাকী ৩২ বছৰীয়া জ্যোতিস্মিতা গগৈ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Lumding train accident: লামডিঙত মালবাহী ৰে’ল দুৰ্ঘটনা