Local, Vocal, Global

আজিৰ দিনটোত কিয় পালন কৰা হৈছে বিশ্ব নিদ্ৰা দিৱসৰূপে ?

আপুনি শুই ভাল পাইনেকি ? তেতিয়াহলে আপোনাৰ বাবে আছে সু-খবৰ৷ কাৰণ আজি দিনটো পালিত হৈছে  বিশ্ব নিদ্ৰা দিৱস ৰূপে। বসন্ত বিষুৱৰ ঠিক প্ৰথমটো শুকুৰবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় WORLD SLEEP DAY অথবা বিশ্ব নিদ্ৰা দিৱস। তাৰে পৰিপ্ৰেক্ষিতত ১৯ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতেই সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে WORLD SLEEP DAY।  WORLD SLEEP SOCIETY ৰ সৌজন্যত ২০০৮ চনৰ পৰা সমগ্ৰ বিশ্বতেই পালন কৰা হয় WORLD SLEEP DAY। নিদ্ৰাজনিত কাৰণত সৃষ্টি হোৱা ভিন্ন সমস্যাৰ পৰা হাত সাৰিবলৈ WORLD SLEEP SOCIETY নামৰ NGO টোৱে ২০০৮ চনৰ পৰা WORLD SLEEP DAY পালন কৰি আহিছে। নিদ্ৰাজনিত সমস্যা সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে এই পদক্ষেপ NGO টোৰ.