Local, Vocal, Global

আপোনাৰ ৰাশি কি? আজিৰ দিনটো কেনেকুৱা হ’ব

মেষ : সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতো শুভ ফল। ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। শুভ ৰং ক্রীম।

বৃষ : ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। শুভ ৰং বগা।

মিথুন : আর্থিক প্রাপ্তিৰ আশা। কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। বন্ধুৰ সহায়।শুভ ৰং কমলা।

কর্কট : পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত। অৱশ্যে আপোনাৰ হুমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। ভ্রমণ। শুভ ৰং পাতল নীলা।

সিংহ : কোনো সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব। আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। ফল দাম্পত্যত নতুন-চিন্তা অৱশ্যে থাকিব। শুভ ৰং হালধীয়া।

কন্যা : জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। কর্মক্ষেত্ৰত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব। বিদ্যাত বেয়া নহ’ব ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭ ।

তুলা : কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক সাৱধান হলে ভয় কম। বিদ্যাত যত্নৰ ফল লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। শুভ ৰং কলা।

বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ। শুভ ৰং নীল।

ধনু : বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। উন্নত দিনৰ অনুমান। যোগাযোগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব। বিদ্যাত বাধা কম। শুভ ৰং ক্রীম।

মকৰ : ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন। কৰিব পাৰে ভ্ৰমণৰ সষ্টম হওক। কিন্তু কোনো প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ । শুভ ৰং বগা।

কুম্ভ : পঢ়া-শুনাত মনোযোগ লাগিব। ৰুক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে লোহ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া।

মীন : কিছুদিন উপকৃত তথা খৰচ আর্থিক যোগাযোগত । মতান্তৰ হ’ব লগা কথাত মন নিদিব। নতুন সম্পদ ক্রয়। শুভ ৰং কলা।