Local, Vocal, Global

আপোনাৰ ৰাশি কি? আজিৰ দিনটো কেনেকুৱা হ’ব?

মেষ: শাৰীৰিক দিশত দুর্বলতা থাকিব।ব্যৱসায়ত মধ্যম।পঢ়া-শুনাত বেয়া নহ’ব। পর্যটন বা পৰিবহণ ব্যৱসায়ত জড়িত লোকে সুফল পাব। শুভ ৰং ৰঙা।শুভ সংখ্যা ১।

বৃষ: কর্মক্ষেত্ৰত বেয়া নহ’ব। কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলাটো বাঞ্ছনীয়। বিদ্যার্থীৰ বাবে দিনটো শুভ। প্ৰেমত অস্থিৰতা থাকিব। চুটি ভ্রমণ হ’ব পাৰে।শুভ ৰং নীলা।শুভ সংখ্যা ৬।

মিথুন: কর্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব। দাম্পত্যত মধ্যম। ব্যৱসায়ত শুভ।সন্তানৰ শিক্ষা বা কামৰ সংযোগম লাভ কৰিব। সন্তানৰ দ্বাৰা বিদেশ ভ্ৰমণৰ যোগ। প্রেম বিবাহ হ’ব পাৰে।শুভ ৰং সেউজীয়া।শুভ সংখ্যা ৩।

কর্কট: শাৰীৰিক দিশত বিশেষ শুভ বুলি কব নোৱাৰিব। একাধিক কথাত মন বিক্ষিপ্ত থাকিব। গুৰুত্বপূর্ণ। কামত প্রগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে। প্রেমত বাধা।শুভ ৰং সোণালী।শুভ সংখ্যা ৫।

সিংহ: শৰীৰৰ বেয়া নাযাব।মনৰ মানুহৰ সান্নিধ্য লাভ।ঘৰলৈ আত্মীয়ৰ আগমনে আনন্দ দিব। পত্নীৰ পিতৃকুলৰ কোনো লোকৰ মৃত্যু সংবাদ পাব পাৰে। কৃষিকাৰ্য আৰম্ভণি কৰিলে লাভৱান হ’ব। শুভ ৰং ৰঙা।শুভ সংখ্যা ৯।

কন্যা: মনটো বেয়া নাযাব। ঘৰুৱা পৰিৱেশো অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব। আর্থিকত বেয়া নহ’ব। বতৰজনিত অসুখে দিগদাৰি দিব পাৰে।শুভ ৰং বগা।শুভ সংখ্যা ৩।

তুলা: কর্মক্ষেত্ৰত বাধা কম পাব। ভ্ৰমণত জটিলতা নাই। বিদ্যাত মধ্যম ফল পাব।প্ৰেমত হতাশা।ডিঙি বা কাণৰ অসুখত ভোগাৰ সম্ভাৱনা।শুভ ৰং সেউজীয়া।শুভ সংখ্যা ৯।

বৃশ্চিক: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। শৰীৰ মধ্যম। ভ্রমণ কৰিবপাৰে।শুভ ৰং হালধীয়া।শুভ সংখ্যা ৮।

ধনু: পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা থাকিব।ব্যৱসায়ত মধ্যম।আৰক্ষী বা নিৰাপত্তাৰক্ষীয়ে নিজৰ সাহসৰ দ্বাৰা শত্ৰক পৰাজিত কৰাৰ লগতে সন্মান লাভৰ যোগ। পিতৃৰ পুৰণি ৰোগে কষ্ট দিব।শুভ ৰং ৰঙা।শুভ সংখ্যা ৩।

মকৰ: কমতৎপৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আর্থিকত খুব বেয়া নহ’ব। ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্ৰমণত কষ্ট। সোণৰ অলংকাৰ চুৰি হোৱাৰ সম্ভাৱনা দেখা যায়।শুভ ৰং ক’লা।শুভ সংখ্যা ৪।

কুম্ভ: শৰীৰ মধ্যম। ভ্ৰমণৰ সম্ভাবনা আছে।যানবাহনত দুর্ঘটনাৰ যোগ দেখা যায়। নতুন বস্ত্র লাভ কৰিব পাৰে। গৃহত থকা কোনো পুৰণি সামগ্ৰীৰ পৰা লাভ অর্জন কৰিব।প্ৰেমত সুফল পাব।শুভ ৰং নীলা।শুভ সংখ্যা ৪।

মীন: কার্যকৰী সংযোগত অনুকূল। পঢ়াত মধ্যম। নতুন প্রেম। বন্ধুৰ আগমন। সন্তানে আনন্দ দিব।শুভ ৰং বগা।শুভ সংখ্যা ৫।