Vaastu Tips এই ৩ জোপা গছ ঘৰত থাকিলে আঁতৰ হ'ব আপোনাৰ আৰ্থিক সংকট

পৰিয়ালৰ আয় বৃদ্ধি কৰিবৰ বাবে মানক বাস্তুৰ এইকেইটা নিয়ম

বাস্তুৰ মতে এনে বহু কেইজোপা গছ আছে, যি গছ ঘৰত ৰোপণ কৰিলে পৰিয়ালটোৰ আয় বৃদ্ধি হয়

আৰ্থিক সংকট আঁতৰ কৰিবলৈ ঘৰত কোনবোৰ গছ ৰোপণ কৰিলে ভাল সেয়া জানো আহক

শামি গছ

ঘৰৰ সন্মুখৰ দুৱাৰখনৰ বাওঁফালে শামি গছ ৰোপণ কৰাটো বাস্তুৰ মতে অতি শুভ বুলি গণ্য কৰা হয়

ঘৰৰ সন্মুখৰ দুৱাৰখনৰ বাওঁফালে শামি গছ ৰোপণ কৰাটো বাস্তুৰ মতে অতি শুভ বুলি গণ্য কৰা হয়

ই ঘৰলৈ মা লক্ষ্মী দেৱীৰ আশীৰ্বাদ কঢ়িয়াই আনে

এই গছজোপা ঘৰৰ দুৱাৰৰ মুখতে ৰখাটো শুভ বুলি গণ্য কৰা হয়

মূল দুৱাৰৰ লগতে মানি প্ল্যান্ট ৰাখিলে ঘৰখনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়

কল গছ

কল গছ

ঘৰৰ পিছফালে কল গছ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয় 

ঘৰৰ পিছফালে কলৰ গছ ৰোপণ কৰিলে ঘৰখনত ধন-সম্পত্তি বৃদ্ধি পায়

তাৰোপৰি ৰোপন কৰা কল গছে সেইখন ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে

Summer care tips: হিট ষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ মানি চলক এইসমূহ টিপছ