জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

কঠাল এবিধ ডাঙৰ আকৃতিৰ ফল । ইংৰাজীত ইয়াক জেক ফ্ৰুট নামেৰে জনা যায়

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডুৰ ৰাজ্যিক ফল হৈছে কঠাল

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

কঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

তাৰোপৰি বহু ৰোগ প্ৰতিৰোধী গুণৰ অধিকাৰী এই কঠাল

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

কঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট থকাৰ বাবে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা সবল কৰি এজন মানুহক সুস্থ-সবল কৰি ৰাখিব পাৰে

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

যথেষ্ট পৰিমাণে প্ৰ'টিন থকা কঠালৰ গুটি খাবলৈ তৃপ্তিদায়ক হোৱাৰ লগতে ই যথেষ্ট পুষ্টিকাৰক হয়

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

তাৰোপৰি কঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থকাৰ বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিকভাৱে বহুখিনি শক্তি লাভ কৰে

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

কঠালত থকা এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ডে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেলবোৰ নিষ্ক্ৰিয় কৰে

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

লগতে শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

পকা কঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাৰ লগতে হজম শক্তি উন্নত কৰে

জানো আহক  কঠালৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতাসমূহ

কঠালত যথেষ্ট পৰিমাণে থকা ভিটামিন-এয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰাৰ লগতে কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে