AC bill in your house  ঘৰত এচিৰ বিল কিমান আহে ? জানো আহক

কিন্তু তাৰ পূৰ্বে কেইটামান গুৰুত্বপূৰ্ণ তথ্য জানি লও আহক

ঘৰত ব্যৱহাৰ কৰা এচি টন অনুসৰি স্থাপন কৰা হয়

অৱশ্যে টনৰ দ্বাৰা ওজনক নহয়, কোঠাটো শীতল কৰিব পৰা ক্ষমতাকহে বুজোৱা হয়

যদি এটা কোঠা ১০×১০×১০ বা ১০০০ ঘনফুটৰ হয়, তেন্তে ইয়াৰ বাবে ১ টন এচিৰ প্ৰয়োজন হ’ব

ইয়াতকৈ ডাঙৰ কোঠা এটাৰ বাবে অধিক টন ক্ষমতাৰ এচিৰ প্ৰয়োজন হ’ব

আনহাতে এচিক একৰ পৰা পাঁচ তাৰকাৰ শ্ৰেণীত নিৰ্বাচিত কৰা হয়

এচিৰ ষ্টাৰ ৰেটিং যিমানেই বেছি হ’ব সিমানেই তাৰ শক্তিৰ ব্যৱহাৰ কম হ’ব

এনে পৰিস্থিতিত বিদ্যুৎ ৰাহি কৰিবলৈ অধিক ষ্টাৰ থকা এচি লগোৱাটো উচিত

যদি আপোনাৰ এচিটোত ২.৫ কিলোৱাট লিখা আছে তেন্তে ইয়াৰ অৰ্থ হ’ব এঘণ্টা ধৰি অবিৰতভাৱে চলি থাকিলে ২.৫ ইউনিট পৰিমানৰ বিদ্যুৎ খৰচ হ’ব

অত্যধিক পানী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে নেকি ?