জানো আহক কি কি গুণ আছে নহৰুৰ
নহৰুৱে বহু বিপদজনক ৰোগৰ পৰা মুক্ত কৰে শৰীৰক
নহৰু খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে উচ্চ ৰক্তচাপ কমোৱাতো
সহায় কৰে
হৃদৰোগী সকলৰ বাবেও নহৰু উপকাৰী
ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰে
নহৰুৱে পাকস্থলীত কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আদিৰ দৰে সমস্যাবোৰ নোহোৱা কৰে
শৰীৰত তেজ পৰিষোধক হিচাবেও নহৰুৱে কাম কৰে
দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আঁতৰ হয়
Tap for more stories