Local, Vocal, Global

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা আৰু নাই

নিউজ ডেস্ক: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা আৰু নাই
আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ
৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ
জিএমচিএইছত কিছুদিন ধৰি হৈ আছিল চিকিৎসাধীন
বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ