Local, Vocal, Global

কৰ’নাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী

  • কৰ’নাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী
  • মৃত্যু হোৱা কেবিনেট মন্ত্ৰীগৰাকীৰ নাম কমলাৰাণী বৰুণ
  • ১৮ জুলাইত কৰ’নাত আক্ৰান্ত হৈছিল মন্ত্ৰীগৰাকী
  • লক্ষ্ণৌৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল মন্ত্ৰীগৰাকী
  • চিকিৎসাধীন অৱস্থাতে আজি মৃত্যু ঘটে মন্ত্ৰীগৰাকীৰ
  • ১৯৫৮ চনৰ ৩ মে’ত জন্ম লাভ কৰিছিল কমলাৰাণী বৰুণে