Local, Vocal, Global

Unidentified Body Found in Biswanath: বিশ্বনাথৰ ছোৱাগুৰিৰ ১ নং মথাউৰিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

নিউজ ডেস্ক,৯জানুৱাৰী : বিশ্বনাথৰ ছোৱাগুৰিৰ ১ নং মথাউৰিত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

ব্ৰহ্মপুত্ৰ নদীত উটি অহা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো(Unidentified Body Found in Biswanat)।

বৃহস্পতিবাৰে পোহৰলৈ আহে এই ভয়ংকৰ ঘটনাটো ।

ক’লা ৰঙৰ জেকেট আৰু দীঘল পেন্ট পৰিধান কৰা অচিনাক্ত পুৰুষৰ মৃতদেহটো দেখা পায় হুৱাদুৱা লাগে অঞ্চলজুৰি।

ঘটনাস্থলীত উপস্থিত হৈছে বিশ্বনাথ ঘাটৰ নদী আৰক্ষী বাহিনীৰ দল।

লগতে পঢ়ক :Umrangso mine tragedy: বৰ্তমানেও অব্যাহত আছে উমৰাংছুৰ কয়লাখনিৰৰ সুৰংগত উদ্ধাৰ অভিযান