Local, Vocal, Global

আজিৰ ৰাশিফল,কেনে যাব আপোনাৰ আজিৰ দিনটো…

মেষ – আজিৰ দিনটো আপোনাৰ প্ৰেম আৰু সন্তানৰ পৰা কিছু দূৰত্ব থাকিব।আপোনাৰ ব্যৱসায়ৰ সফলতাৰ সম্ভাৱনা থাকিব।নিজৰ মাজত শক্তিৰ অভাৱ অনুভৱ কৰিব।

বৃষ – আজি আপোনাৰ আয়ৰ নতুন পথৰ সৃষ্টি হ’ব।আপোনাৰ স্তব্ধ কাম বহুদিনলৈ চলি থাকিব।ব্যৱসায়ত আপুনি আগবাঢ়ি যাব।

মিথুন -আজিৰ দিনটোত পত্নীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক।আপোনাৰ ব্যৱসায় মাজে মাজে চলিব।আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব।

কৰ্কট -ভাগ্যই আজি আপোনাৰক সহায় কৰিব।দৈনন্দিন কৰ্মসংস্থানত আপুনি আগবাঢ়ি যাব।আপোনাৰ স্বাস্থ্যৰ আগতকৈ ভাল হ’ব।

সিংহ -আজি আপুনি আঘাত পাব পাৰে বা আপুনি কিবা বিপদত পৰিব পাৰে।আপোনাৰ মৰম আৰু সন্তানৰ পৰা কিছু দূৰত্ব থাকিব

কন্যা -আজিৰ দিলটো আপুনি আপোনাৰ জীৱন সংগীৰ সংগ পাব।দৈনন্দিন কৰ্মসংস্থানত আপুনি আগবাঢ়ি যাব।

তুলা -আজিৰ দিনটোত আপুনি লুকাই থকা জ্ঞান লাভ কৰিব।ইয়াৰ লগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদো লাভ কৰিব।

বৃশ্চিক -আজি ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ হব।আপোনাৰ ব্যৱসায় অৱস্থা ভাল হব।

ধনু – আজি মাটি ,বাহনৰ বজাৰ অহাৰ সুযোগ ।আপোনাৰ টকাৰ আগমন বাঢ়িব।

মকৰ -আজি আপুনি সকলো কামতে জিলিকা উঠিব।জীৱনৰ সকলো বস্তু আপোনাৰ বাবে সহজেই উপলব্ধ হব।

কুম্ভ -আজি আপোনাৰ আয় বৃদ্ধি হোৱাৰ আশা কৰা হৈছে।প্ৰেমত বিসংগতিৰ সম্ভাৱনা থাকে।আপোনাৰ স্থবিৰ কাম চলি থাকিব।

মীন -আজি আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব।আপোনাৰ সামজিক আৰু অৰ্থনৈতিক উচ্চতা বৃদ্ধি পাব।আপোনাৰ স্বাস্থ্যৰ উন্নত হব