Local, Vocal, Global

ৰাজ্যত উদ্ধাৰ শক্তিশালী IED

55
  • তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত লেখাপানীত বোমাতংক
  • লেখাপানী সেনাচাউনীৰ কাষৰ এখন দলঙৰ ৰেলিঙত উদ্ধাৰ IED
  • এটা পলিথিন বেগত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ এটা IED বোমাটো
  • সেনা-আৰক্ষীয়ে বন্ধ কৰি দিছে লেখাপানীৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ
  • ঘটনাস্থলীত উপস্থিত হৈছে বোমা বিশেষজ্ঞ দল