Local, Vocal, Global

চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল চোৰনী  মহিলা

0 10

সাৱধান আপোনাৰ দোকানৰ পৰাও এইদৰে লুটি নিব পাৰে দোকানৰ  সামগ্ৰী । আজি ৰাতি পুৱা ১০-৩০ বজাত চতিয়াৰ এখন কাপোৰ দোকানৰ পৰা পুৰুষ -মহিলাই চোৰ কৰি নিলে   কাপোৰ । চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল চোৰনী  মহিলা গৰাকী ।

ভালকৈ প্ৰত্যক্ষ  কৰক দোকানী গৰাকীক পুৰুষ জনে কাপোৰ দেখুৱাৰ কামত ব্যস্ত ৰাখি মহিলা গৰাকীয়ে চাদৰৰ তলত ব্লাউজৰ পেকেট চোৰ কৰিছে । পিছে  চোৰিকাণ্ডৰ সমগ্ৰ  ঘটনাটো দোকানী মিণ্টু শইকীয়াই চিচি ফুটেজত  চাই চতিয়া আৰক্ষীক অৱগত কৰে ।

Leave A Reply

Your email address will not be published.