Watch | There is a huge demand from the public for the position of president of the Monabari village panchayat in Bihali: বিহালীৰ মোনাবাৰী গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বাবে ৰাইজৰ বিপুলৰ দাবী
বিশ্বনাথ: গাওঁ পঞ্চায়তৰ ১০ টা বাৰ্ডৰ ভিতৰত সভাপতি পদৰ বাবে ৭নং আৰু ৯ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থীদ্বয়ৰ এগৰাকী সভাপতি পদত নিৰ্বাচন কৰিবলৈ দাবী জনায় ৰাইজে। প্ৰতিটো বিপদ আপদত সময়তে সহায় কৰা প্ৰাৰ্থী এগৰাকীহে প্ৰয়োজন ,এনে প্ৰাৰ্থী এইবাৰ আমাক লাগে বুলি দাবী মত প্ৰকাশ কৰি দাবী ৰাইজৰ ।
এইবাৰ ৭নং বাৰ্ড আৰু ৯নং বাড্ প্ৰাৰ্থী দুগৰাকীক ভিতৰত এগৰাকী পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত হোৱাটো বিচৰাৰ লগতে বিশেষকৈ ,প্ৰতিটো সময়তে বিপদে আপদে সহায় কৰা বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে জয়ী হোাৱা ৯ নং বাৰ্ডৰ প্ৰাৰ্থী ভুৱেন টংলা এইবাৰ পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত কৰিবলৈ বিপুল দাবী জনায় চৰকাৰ তথা শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দওক। ৰাইজৰ উন্নয়ন হকে কাম কৰিবলৈ ভুৱেন টংলা ক সভাপতি পদৰ দিয়াৰ বাবে ৰাইজৰ আহ্বান কৰে ৷