Local, Vocal, Global

Theft in Kampur: কামপুৰত দিন দুপৰতে চুৰিকাণ্ড

কামপুৰ,২৫জানুৱাৰী : কামপুৰত দিন দুপৰতে চুৰিৰ ঘটনা ।

কামপুৰ নগৰৰ মাজমজিয়াত থকা শংকৰ মাধৱ হাৰ্ডৱেৰ দোকানৰ সন্মুখৰ পৰা মটৰ চাইকেল লৈ উধাও চোৰ ।

ধেমাজি গাঁৱৰ যাদৱ চন্দ্ৰ বৰা নামৰ লোকজনৰ মটৰ চাইকেলখন লৈ উধাও হয় চোৰ(Theft in Kampur) ।

CCTV কেমেৰাত বন্দী চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য ।

চুৰি হোৱা মটৰচাইকেলখনৰ নম্বৰ AS02Q-6010

কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৷

লগতে পঢ়ক :Nagaon News:কচুৱাৰ জুৰিৰপাৰ গাওঁ পঞ্চায়তত ৰাজনৈতিক সংঘাত