Local, Vocal, Global

 শিক্ষয়িত্ৰীৰ আত্মহনন

 বিশ্বনাথ ঘাটৰ শ্মশানথলীত সংঘটিত হ’ল অঘটন।
 এগৰাকী শিক্ষয়িত্রীয়ে কৰিলে আত্মহনন।
 ব্রহ্মপুত্রৰ বুকুত জাপ দি আত্মহনন শিক্ষয়িত্রীগৰাকীৰ।
 জানিব পৰা মতে, শিক্ষয়িত্ৰীগৰাকীৰ নাম প্রিয়ংকা গগৈ।
 মাছমৰীয়াই উদ্ধাৰ কৰে প্রিয়ংকা গগৈৰ মৃতদেহ।