Local, Vocal, Global
Browsing Tag

Himantabiswasarma

২৪ জানুৱাৰী২০২২ ত প্ৰদান কৰা হব অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ বঁটা

নিউজ ডেস্ক: আজি অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হব অলংকৰণ অনুষ্ঠান।প্ৰথম বাৰৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিব ৰাজ্যে চৰকাৰে।কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্রদান কৰা হব ৰাজ্য চৰকাৰে ঘোষণা কৰা বঁটা

কামৰূপৰ বাইহাটা চাৰিআলিত জলসিঞ্চন বিভাগৰ চাৰিজনকৈ কৰ্মচাৰীৰ ৰহস্য়জনক মৃত্যু

কামৰূপৰ বাইহাটা চাৰিআলি থানাৰ সমীপৰ পলহাত সংঘটিত হয় এক শোকাৱহ ঘটনা। ঘটনাটোত একেলগে মৃত্যু হ'ল জলসিঞ্চন বিভাগৰ চাৰিজনকৈ ৰাজমিস্ত্ৰীৰ। উক্ত লোককেইজন হ'ল-ৰঙিয়া তাৰাকুছিৰ বাবুল হুছেইন, ৰঙিয়া নিতানীৰমজাফৰ আলী, ৰঙিয়া ধুহীৰ ৰাতুল আলী

নগাঁও ৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ ঘটনাৰ তদন্ত কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে

নিউজ ডেস্ক:শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত প্রাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভৰিত গুলী লগা ছাত্ৰ নেতাজনক  নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও

১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰীৰ আৰম্ভ-অসম চৰকাৰ

নিউজ ডেস্ক,১৭ জানুৱাৰী: সকলো পুৰণি ফাইল নিষ্পত্তি কৰাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰী কৰিব। এই সন্দৰ্ভত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনতা ভৱনৰ

পূৰ্বৰ স্থানত মইনবড়ি সত্ৰখন পুনৰ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব-মুখ্যমন্ত্ৰী

দিশপুৰ, ১৩ জানুৱাৰীঃ অসমৰ কৃষিজীৱী ৰাইজৰ কৰ্ম প্ৰেৰণাৰ উৎস মাঘবিহুৰ উৰুকাৰ পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা জিলাৰ সৰভোগস্থিত ঐতিহাসিক শ্ৰী শ্ৰী মইনবড়ি সত্ৰত উপস্থিত হৈ ৰাজ্য তথা দেশবাসীৰ সুখ-সমৃদ্ধি আৰু মঙ্গলৰ

অসমৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ ১৭০ জন কৰ্মচাৰী ছয় মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত

গুৱাহাটী, ১৩ জানুৱাৰী : যি সময়ত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু পালন আয়োজন কৰিছে সেই সময়ত অসমৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ ১৭০ জন কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহাৰ পৰা ছয় মাহ ধৰি বঞ্চিত হৈ দুৰ্যোগ ভোগিব লগা হৈছে।

বড়ো সাহিত্য সভাৰ অধিৱেশনৰ সফল  সামৰণি

 নিউজ ডেস্কঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলীৰ গৌৰাং মিছনৰ খেলপথাৰত  দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা  বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ ৪৭ তম বাৰ্ষিক অধিবেশন আৰু দেৱৰগাঁও প্ৰাথমিক বড়ো সাহিত্য সভাৰ ৪০ তম বাৰ্ষিক অধিবেশনৰ দেওবাৰে সফল

শৰ্মা চৰকাৰৰ দিনত হ’বনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

নিউজ ডেস্ক,৬ জানুৱাৰী:  সুদীৰ্ঘ ছয় বছৰ ধৰি চলিছিল অসম আন্দোলন। ৮৫৫ জন লোক শ্বহীদ হোৱাৰ পাছত তদানীন্তন আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাক্ষৰত ৰূপায়ন হৈছিল অসম চুক্তি। বিদেশি চিনাক্ত আৰু বহিষ্কাৰ কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আদি