Local, Vocal, Global
Browsing Tag

guwahati

২৪ জানুৱাৰী২০২২ ত প্ৰদান কৰা হব অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ বঁটা

নিউজ ডেস্ক: আজি অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হব অলংকৰণ অনুষ্ঠান।প্ৰথম বাৰৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিব ৰাজ্যে চৰকাৰে।কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্রদান কৰা হব ৰাজ্য চৰকাৰে ঘোষণা কৰা বঁটা

কামৰূপৰ বাইহাটা চাৰিআলিত জলসিঞ্চন বিভাগৰ চাৰিজনকৈ কৰ্মচাৰীৰ ৰহস্য়জনক মৃত্যু

কামৰূপৰ বাইহাটা চাৰিআলি থানাৰ সমীপৰ পলহাত সংঘটিত হয় এক শোকাৱহ ঘটনা। ঘটনাটোত একেলগে মৃত্যু হ'ল জলসিঞ্চন বিভাগৰ চাৰিজনকৈ ৰাজমিস্ত্ৰীৰ। উক্ত লোককেইজন হ'ল-ৰঙিয়া তাৰাকুছিৰ বাবুল হুছেইন, ৰঙিয়া নিতানীৰমজাফৰ আলী, ৰঙিয়া ধুহীৰ ৰাতুল আলী

অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মধুপুৰ সত্ৰ পৰিদৰ্শন

দিশপুৰ, ১৭ জানুৱাৰীঃ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই যোৱা দেওবাৰে মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। মুখ্য সচিবগৰাকীয়ে সত্ৰত সেৱা জনাই সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ঘৰত প্ৰসাদ গ্ৰহণ কৰে আৰু সত্ৰখনৰ বিভিন্ন সমস্যাৰ বুজ লয়। সত্ৰাধিকাৰজনে মধুপুৰ

সৰ্বভাৰতীয় পৰ্যায়ত নলবাৰীৰ চিকিৎসক ডাঃ যশোধন ডেকাৰ কৃতিত্ব

গুৱাহাটী,১২ জানুৱাৰী:মধ্য প্ৰদেশৰ ইন্দোৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান সমাজে যোৱা ৯ জানুৱাৰীত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ সৰ্বভাৰতীয় সন্মিলনত ডাঃ আশা বক্সিৰ নেতৃত্বত এদিনীয়া ভাৰ্চুৱেল লেপাৰোস্কোপী কৰ্মশালা আয়োজন কৰিছিল,য'ত জটিল

বনভোজ খাবলৈ যোৱাত বাধা দিয়াৰ বাবেই চিপ লৈ আত্মহত্যা কলেজীয়া ছাত্ৰী

পিতৃয়ে বনভোজ খাবলৈ নিদিয়াৰ বাবেই এগৰাকী কলেজীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুৱাৰীৰ বিষ্ণু নগৰত । মহানগৰী পাথৰ কুৱাৰী বিষ্ণু নগৰৰ বাসিন্দা তৰুণ শইকীয়াৰ কন্যা

প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী অসম গ্ৰন্থমেলাত

ক'ভিড সৃষ্টি পৰিবেশৰ মাজত সামৰণি পৰিল অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী জানুৱাৰীলৈকে ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল

গুৱাহাটীত বাণিজ্যিক শিক্ষাক লৈ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা সমাৰোহ:দেশ-বিদেশৰ ১৮ শিক্ষানুষ্ঠানেৰে সম্পন্ন…

হিমাংশু অনুপম, গুৱাহাটী ৬ জানুৱাৰীঃ বিশ্বত শেহতীয়াকৈ ব্যাৱসায়ৰ ক্ষেত্ৰত কাৰিকৰী আহিঁলাৰ প্ৰয়োগ তথা ইয়াৰ বিষয়ে জ্ঞাণ গুৰুত্বপূৰ্ণ হৈ উঠিছে৷ ব্যৱসায়িক ভিত্তি সম্প্ৰতি বৈদ্যাতুনিক হৈ পৰাত বাণিজ্যিক শাখাত স্নাতক শিক্ষাথৰ সকলোৰ বাবে ই এক

পাব্লিক ৰিলেশ্ব্যন ছোছাইটী অব ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত পঞ্চম উত্তৰ-পূৰ্বাঞ্চল পাব্লিক…

গুৱাহাটী, ৬ জানুৱাৰী,২০২১ : পাব্লিক ৰিলেশ্ব্যন ছোছাইটী অব ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত ৮ জানুৱাৰীত গুৱাহাটী মহানগৰীত আয়োজন কৰা হৈছে পাব্লিক ৰিলেশ্ব্যন কনক্লেভ।মহানগৰীৰ লেণ্ডমাৰ্ক হোটেলত পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব পঞ্চম

প্ৰকাশ পালে কামৰূপ মহানগৰীৰ ২০২০ ৰ ভোটাৰ তালিকা

 নিউজ ডেস্কঃ কামৰূপ মহানগৰীৰ চাৰিটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৬১ হাজাৰ ৪৬৭ গৰাকী। তাৰ মাজত, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০ গৰাকী। জালুকবাৰী সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪ হাজাৰ ৪৮১ জন।দিছপুৰ সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ৪

আজিৰে পৰা মহানগৰীৰ চান্দমাৰীৰ খেলপথাৰত ১২ দিনীয়া  অসম গ্ৰন্থমেলা আয়োজক

গুৱাহাটী: গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা  অসম গ্ৰন্থমেলা আৰম্ভ হৈছে। বুধবাৰে বিয়লিভাগত অসম গ্ৰন্থ মেলা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ড° ৰণোজ