Local, Vocal, Global
Browsing Tag

assam news

আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী নিযুক্তি বোৰ্ডৰ বৈঠক সম্পন্ন

News Desk : অসম আৰক্ষীৰ অধ্যক্ষ ভাস্কৰজ্যোতি মহন্তৰ সভাপতিত্বত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী নিযুক্তি বোৰ্ডৰ আজি এলানি বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকখনত কনিষ্টবল নিযুক্তিৰ বিভিন্ন দিশ আলোচনা কৰা হয়। উল্লেখ্য যে ১৯ জানুৱাৰীত ইতিমধ্যে

২৪ জানুৱাৰী২০২২ ত প্ৰদান কৰা হব অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ বঁটা

নিউজ ডেস্ক: আজি অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হব অলংকৰণ অনুষ্ঠান।প্ৰথম বাৰৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিব ৰাজ্যে চৰকাৰে।কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্রদান কৰা হব ৰাজ্য চৰকাৰে ঘোষণা কৰা বঁটা

নগাঁও ৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ ঘটনাৰ তদন্ত কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে

নিউজ ডেস্ক:শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত প্রাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভৰিত গুলী লগা ছাত্ৰ নেতাজনক  নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও

ৰাজ্যত বৃদ্ধি পাইছে বাঘৰ সন্ত্ৰাস

ৰাজ্যত বাঘৰ আতংকৰ বাবে বৰছলাত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা। বৰছলাৰ পাছত এইবাৰ বিহালীত বনৰজাৰ সন্ত্ৰাস। নিদ্ৰাহৰণ কৰিছে বিহালীবাসীৰ। ৰাজ্যত এতিয়া বনত নহয় জনাঞ্চলত প্ৰৱেশ ঘটিছে বনৰ ৰজাৰ। বনৰজাৰ আগমণে এতিয়া বিহালী প্ৰান্তৰ

কভিডত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত তিনিজনৰ মৃত্যু

নিউজ ডেস্ক,১৭ জানুৱাৰী: কাছাৰত দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড সংক্ৰমণ ৷ যোৱা ২৪ ঘণ্টাত ক’ৰনাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত মৃত্যু হৈছে এক যুবক সহ দুই বৃদ্ধৰ ৷ মৃত সকল ক্ৰমে ২১ বছৰীয়া যুবক বিজয় কুমাৰ সিং, ৬৫ বছৰীয়া বৃদ্ধা জয়ন্তী

অনিমেষ ভূঞা হত্য়াকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

নিউজ ডেস্ক,১৭ জানুৱাৰীঃ যোৰহাটত সংঘটিত ভয়াবহ অনিমেষ কাণ্ডৰ গোচৰ নং ২৬২০/২৪/১০৯/১১৭/১৪৬/১৪৭/৩০৭/৯০৪/৩৪ গোচৰত ৮৮০ পেজৰ অনিমেষ ভূঞা কাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰে। কেছ ডায়েৰীত ১৩জন অভিযুক্তৰ ভিতৰৰ অন্যতম সুভাষ বৰাৰ কোনো সাক্ষ্য নাই। আৰক্ষী

বকোৰ জালুকবাৰীত এক হৃদয় বিদাৰক ককা আৰু নাতি-নাতিনীৰ কাহিনী

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ পিতৃ-মাতৃৰ অকাল বিয়োগত সৰ্বহাৰা দুই শিশু। একমাত্ৰ আশ্ৰয়স্থল হিচাপে আছে দৰিদ্ৰ ককা। এসাঁজ খাই এসাঁজ নাখাই বহন কৰিছে দুই নাতা-নাতিনীৰ সমষ্ট খৰছ। চৰকাৰ তথা হৃদয়বান ব্যক্তিক কাতৰ আহ্বান জনায় নাতিসহ দৰিদ্ৰ ককাকে কয়

অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মধুপুৰ সত্ৰ পৰিদৰ্শন

দিশপুৰ, ১৭ জানুৱাৰীঃ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই যোৱা দেওবাৰে মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। মুখ্য সচিবগৰাকীয়ে সত্ৰত সেৱা জনাই সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ঘৰত প্ৰসাদ গ্ৰহণ কৰে আৰু সত্ৰখনৰ বিভিন্ন সমস্যাৰ বুজ লয়। সত্ৰাধিকাৰজনে মধুপুৰ

১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰীৰ আৰম্ভ-অসম চৰকাৰ

নিউজ ডেস্ক,১৭ জানুৱাৰী: সকলো পুৰণি ফাইল নিষ্পত্তি কৰাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰী কৰিব। এই সন্দৰ্ভত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনতা ভৱনৰ