Local, Vocal, Global

প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব ভাৰতবাসী

প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব ভাৰতবাসী । ২০২১ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণত সূৰ্যৰ প্ৰায় ৯৪ শতাংশ চন্দ্ৰই গ্ৰাস কৰিব। সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ কাৰণে কাইলৈ দিনতেই আন্ধাৰ হৈ পৰিব পাৰে ।

এই সূৰ্যগ্ৰহণ ভাৰতত আংশিকভাৱে হ’ব।
সম্পূৰ্ণ সূৰ্যগ্ৰহণ উত্তৰ কানাডা, গ্ৰীণলেণ্ড আৰু ৰাছিয়াত হ’ব । সূৰ্যগ্ৰহণ দুপৰীয়া ১.৪২ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৬.৪১ বজালৈকে চলিব । এইবাৰ গ্ৰহণৰ সময় ভাৰতত বৈধ নহয় ।