Local, Vocal, Global

বন্ধ হ’ব ৰাজ্য চৰকাৰৰ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’…

ডিজিটেল ডেস্কঃ-১ এপ্ৰিলৰ পৰা বন্ধ হ’ব ‘অৰুন্ধতী স্বৰ্ণ আঁচনি।বন্ধ হ’ব ৰাজ্য় চৰকাৰৰ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি।২০২০ ৰ ১ জানুৱাৰীৰ পৰা বলব হৈছিল এই আঁচনি।২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট ভাষণ অনুসৰি বলব হৈছিল আচঁনিখন।


এই সন্দৰ্ভত ২৭ ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হৈছিল।আঁচনিৰ অধীনত কইনালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছিল নগদ ধন।