Website Design: dastechnologies.in
অসম-নগালেণ্ড সংযোগী পথ নিৰ্মাণৰ দাবী আছুৰ
সোণাৰিত গড়কাপ্তানী মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহেৰে আছুৰ প্ৰতিবাদ
ৰাজ্যৰ চৌদিশে উন্মোচন উন্নয়নৰ ফোপোলা স্বৰূপ। ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহনৰ গৃহ জিলা চৰাইদেউৰ সদৰ সোণাৰিৰ বিধ্বস্ত পথে জনসাধাৰণক জীয়াতু ভোগাইছে। অৱশেষত অতীষ্ঠ হৈ সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। সোণাৰিৰ পৰা নগালেণ্ড সংযোগী নামতোলা পথৰ দুৰৱস্থাৰ বিৰুদ্ধে আজি সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। সোণাৰি নগৰৰ অন্যতম ব্যস্ত নামতোলা পথত গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহনৰ প্ৰতিমূৰ্তি দাহ কৰে। লগতে অতিশীঘ্ৰে অসম-নগালেণ্ড সংযোগী এই পথ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে।