Local, Vocal, Global

Sivasagar namti fire:শিৱসাগৰৰ নামতিৰ ধেপৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

২ফেব্ৰুৱাৰী ২০২৫,শিৱসাগৰৰ:নামতি ধেপৰ গাঁৱৰ বাসিন্দা প্ৰফুল্ল শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰৰ ভঁৰালত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত এটা ভৰালৰ লগতে পশুধন জুইত জাহ যায়।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাঁ‌হ যায়।স্থানীয় ৰাইজৰ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত নাজিৰা, শিৱসাগৰ আৰু আমগুৰিৰ চাৰি খনকৈ অগ্নি নিৰ্বাপক বাহিনী দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।