Local, Vocal, Global

কৰ’না আতংকৰ মাজতে এটা ভাল খবৰ

52

সম্পূর্ণ তিনি মাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি হ’ল ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীনৰ পৰ্যটকৰ স্থলীসমূহ। আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি হল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ তলাতল ঘৰকে আদি কৰি ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীনৰ পৰ্যটন স্থলীসমূহ। আজিৰ পৰা এই সমূহ স্থলীসমূহ আহিব পাৰিব পৰ্যটক সকল। কিন্তু সমান্তৰালকৈ পৰ্যটন স্থলীসমূহ পৰিদৰ্শন কৰোতে মানি চলিব লাগিব বিশেষ নীতি নিয়ম।