Local, Vocal, Global

মই কিন্তু আজান ভালপাও জন্মৰ পৰাই ,শিখা শৰ্মা

0 7

মোক পথিৱীৰ কোনেও আজান দিয়া বন্ধ কৰাব নোৱাৰা। অসমত এজনো বিদেশী নাই। প্ৰয়োজন হলে শিখা শৰ্মা শ্বহীদ হব কিন্তু এজনো মানুহক বিদেশী বুলি কলে সহ্য কৰা নহব।

নগৰবেৰাৰ বদলা বজাৰত মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট লেখিকা শিখা শৰ্মাই এনেদৰে সংবাদ মাধ্যম আৰু ভাষণ প্ৰসংগত কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়।

Leave A Reply

Your email address will not be published.