Local, Vocal, Global

WATCH | Sensational incident: গহপুৰত দুই প্ৰেমিক যুগলৰ আত্মহত্যা

গহপুৰ,১৮মে’ : ৰাজ্য কঁপাই যোৱা এটা ঘটনা। প্ৰেমিকৰ মন নথকাও সত্ত্বেও অইন ছোৱালীৰ লগত বিয়া কৰাই দিছিল পৰিয়ালে ।

এসপ্তাহ পূৰ্বে ঘৰৰ পৰিয়ালে ল’ৰাৰ মন নথকা সত্ত্বেও বিয়া কৰাই দিছিল আন এগৰাকী যুৱতীৰ সৈতে। অৱশেষত নিজৰ প্ৰেমিকাক এৰিব লগা হোৱা ঘটনাই মৰ্মাহত কৰিছিল হেমন্ত মহানন্দ নামৰ প্ৰেমিক যুৱকজনৰ । পৰিয়ালৰ লোকে হেমন্ত মহানন্দ মন নথকা স্বত্তেও অইন এগৰাকী ছোৱালীৰ লগত বিবাহ পাষত আৱদ্ধ কৰাই দিছিল(Sensational incident)।

অইন ছোৱালীৰ লগত বিয়াৰ হোৱাৰ দুখ সহ্য কৰিব নোৱাৰি অৱশেষত হেমন্ত মহানন্দ আৰু প্ৰেমিকাই মিলি একেলগে আত্মহত্যাৰ দৰে চৰম পথ বাছি লব লগা হয়। গহপুৰ বনবিভাগৰ কাৰ্যালয়ৰ সন্মুখত এজোপা গছত দুয়োৱে আত্মহত্যা কৰে।

লগতে পঢ়ক : WATCH | Gohpur News : কাজু শইকীয়া আৰু মধুস্মিতা বৰাসহ কেইবাগৰাকীও প্ৰৱঞ্চকে ৰাইজৰ ধন লুন্ঠন কৰাৰ অভিযোগ