Local, Vocal, Global

কোভিড প্ৰট’কল মানি আৰম্ভ হ’ব পাঠদান

  • আজিৰে পৰা খুলিব শিক্ষানুষ্ঠানসমূহ।
  • কোভিড প্ৰট’কল মানি আৰম্ভ হ’ব পাঠদান।
  • ২০ মাহৰ মূৰত খোলা হৈছে বিদ্যালয়সমূহ।
  • সপ্তাহত তিনিদিন হ’ব পাঠদান।
  • প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসমূহৰ পাঠদান আৰম্ভ।
  • মাস্ক পৰিধান কৰি, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলক।
  • শ্ৰেণী কোঠাসমূহত সৰ্বাধিক ৩০জন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব পাৰিব |