Local, Vocal, Global

ছাৰ্জাৰী কৰা নাছিল স্তন ডাঙৰ কৰিবলৈ” কিয় এই বিষয়ত কব লগা হল জনপ্ৰিয় অভিনেত্ৰী

ছাৰ্জাৰী কৰা নাছিল স্তন ডাঙৰ কৰিবলৈ” কিয় এই বিষয়ত কব লগা হল জনপ্ৰিয় অভিনেত্ৰী

হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী সালমা হায়েক নিজৰ স্তন ছাৰ্জাৰী কৰিছিল নে নাই তাকে কব লগা হল । এটা সময়ত সালমা হায়েক স্তন ছাৰ্জাৰী কৰিবলৈ মন কৰিছিল কিন্তু ডক্টৰৰ ওচৰত যেতিয়া নিজৰ সমস্যা ব্যক্ত কৰিছিল তেতিয়া চিকিৎসক গৰাকী কিছুমান অদ্ভুত প্ৰশ্ন কৰাৰ ফলত অভিনেত্ৰী গৰাকী ভয় খাইছিল ।

সালমা হায়েক কয় যে ‘ চিকিৎসক গৰাকীৰ প্ৰশ্ন অতি ভয় লগা আছিল, আপোনাৰ কাণ ডাঙৰ হৈ আছে নেকি ? কাণৰ ভিতৰত চুলি গজিব ধৰিছে নেকি ? আপোনাৰ দাৰি মুচ গজিব ধৰিছে নেকি? অতি সোনকালে আপোনাৰ খং উঠে নেকি আদি এনেকুৱা ধৰণৰ প্ৰশ্নৰ বাবে অভিনেত্ৰী গৰাকী ভয় খাইছিল ।

এনেকুৱা প্ৰশ্নৰ সন্মুখীন হোৱাৰ পিছত ছাৰ্জাৰী কৰা নাছিল । পিছত লাহে লাহে অভিনেত্ৰী গৰাকী বিচৰা ধৰণে স্তন বেছি আমোদজনক হৈ উঠিছিল