Rs 2000 notes withdrawn from circulation: বন্ধ হ’ব ২০০০ টকাৰ নোটৰ প্ৰচলন
- ৰিজাৰ্ভ বেংকে প্ৰত্যাহাৰ কৰিব ২০০০ টকাৰ নোটৰ প্ৰচলন
- ৰিজাৰ্ভ বেংকে ২০০০ টকাৰ এই নোটখন ঘূৰাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
- অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত বেংকত কৰিব পাৰিব সালসলনি
- কিন্তু জনসাধাৰণৰ হাতত জমা থকা ২০০০ টকাৰ এই নোট ৩০ ছেপ্টেম্বৰৰ পিছত অবৈধ হৈ পৰিব
- ২০১৬ চনৰ নৱেম্বৰত বজাৰলৈ আহিছিল ২ হাজাৰ টকাৰ এই নোট
- সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০০ আৰু ১০০০ টকাৰ নোট বন্ধ কৰি দিছিল
- তাৰ পৰিৱৰ্তে নতুন আৰ্হিত ৫০০ আৰু ২০০০ ৰ নতুন নোট মুকলি কৰা হৈছিল
- পৰৱৰ্তী সময়ত ২০১৯ চনৰ পৰা ২০০০ টকাৰ নতুন নোটৰ ছপাও আৰ বি আইয়ে বন্ধ কৰি দিছিল