Local, Vocal, Global

‘সীতা’ৰ ৰূপত আহি আছে আলিয়া ভাট

আলিয়া ভাটৰ জন্মদিন উপলক্ষে নিজৰ আগন্তুক ছবি RRR ৰ প্ৰথমটো ৰূপ প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিছে। ফটোখনত আলিয়াক নিজৰ চৌদিশে চাকি লৈ বহি থকা দেখিবলৈ পোৱা যায়।
আলিয়াই ছবিখন “সীতা”কেপশ্বনৰ লগত এটা ক’লা হৃদয়ৰ চিহ্নৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। চিনেমাখনত আলিয়া ভাটৰ উপৰিও দেখা পোৱা যাব এনটিআৰ জুনিয়ৰ আৰু ৰাম চৰণ দাসক।