Local, Vocal, Global

দক্ষিণ কামৰূপৰ কানহাৰাত পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক:-দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰাত পথ দুৰ্ঘটনা।বাইক আৰু মাৰুতিৰ মাজত মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত গুৰুতৰভাৱে আহত এজন লোক।জানিব পৰা মতে,আহত লোকজন গৰৈমাৰীৰ বৰাখাট গাঁৱৰ কেৰামত আলী।আহতজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে।