Local, Vocal, Global

WATCH| Road Accident : দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

দলগাঁও,১০জুন : দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা৷ দলগাঁও ইন্ডাষ্ট্ৰীৰ সন্মুখত AS-16AC-2627 নম্বৰৰ তীব্ৰবেগী ডিজেল তেলৰ টেংকাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে(Road Accident)৷

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত দলগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয়৷

লগতে পঢ়ক : WATCH | Erosion in Boko : নৈৰ প্ৰবল সোঁতে এফালৰ পৰা খহাইছে গৰা