Local, Vocal, Global

কাৰ্বি আংলং আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী 

  • কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৩ দুৰ্ধৰ্ষ গঁড় চিকাৰী
  •  অত্যাধুনিক মাৰণাস্ত্ৰসহ আটক কৰে ৩ গঁড় চিকাৰীক
  • কাজিৰঙা পাহাৰৰ পৰা আৰক্ষীয়ে আটক কৰে চিকাৰী তিনিজনক
  • দুৰ্ধৰ্ষ গঁড় চিকাৰী তিনিজনৰ পৰা জব্দ AK 81 এটা ৰাইফলছ
  • আটকাধীন তিনিজন ক্ৰমে- জনথাং ওৰফে থাংবয়, মুমিন ওৰফে অভাৰ চাইজ আৰু নিংমাইলু ওৰফে লুলুন
  • চিকাৰী তিনিজনৰ ঘৰ মণিপুৰৰ চুৰাচান্দপুৰৰ
  • কাজিৰঙাত ৫টা গঁড় হত্যাকাণ্ডৰে জড়িত আছিল আটকাধীন ৩ চোৰাং চিকাৰী