Republic Day 2025 :৭৬সংখ্যক গণৰাজ্য দিৱসলৈ মাজত দুদিন

জাগীৰোড,২৩জানুৱাৰী : ৭৬সংখ্যক গণৰাজ্য দিৱসলৈ মাজত দুদিন।ৰাজ্যৰ ভিন্ন প্ৰান্তত গণৰাজ্যৰ দিৱসৰ প্ৰস্তুতি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জাগীৰোডত NCC কেডাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত পেৰেডৰ অনুশীলন(Republic Day 2025)।
জাগীৰোড মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰক্ষী, NCC কেডাৰ আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পেৰেডৰ অনুশীলন ৷
লগতে পঢ়ক :Sipajhar News :ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহন বিভাগৰ বিশেষ ব্যৱস্থা