Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰ গাঁও পঞ্চায়তত নিশা ১০ বজালৈ চলিল ভোটদান

ৰঙিয়া,৮মে’ : ৰঙিয়া জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পিতাম্বৰ হাটবজালী গাৱৰ ১নং আৰু ২নং ভোট গ্ৰহণ কেন্দ্ৰত নিশা ১০ বজালৈ চলিল ভোটদান।

নিজৰ মন পচন্দৰ প্ৰাৰ্থী জনক ভোট দিয়াৰ উদ্দেশ্যে এনেদৰে নিশালৈ ভোটাৰৰ সমাগম দেখিবলৈ পোৱা গ’ল ভোট গ্ৰহণ কেন্দ্ৰটিত। এইবাৰ প্ৰায় ৯৫ শতাংশ যুৱ শক্তিয়ে ভোট প্ৰদান কৰে পীতাম্বৰ হাটবজালী গাৱৰ এই ভোট কেন্দ্ৰটিত যাৰ বাবে যথেষ্ট উৎফুল্লিত হৈ যুৱ সমাজ(Rangia News)।

লগতে পঢ়ক : WATCH | Operation Sindoor : MEAৰ অপাৰেচন সিন্দূৰক লৈ সংবাদমেল