Local, Vocal, Global

‘মই বটদ্ৰৱাত আছো, অন্য কোনো সমষ্টিলৈ যোৱা কথা অপপ্ৰচাৰ’

• ‘মই বটদ্ৰৱাত আছো, অন্য কোনো সমষ্টিলৈ যোৱা কথা অপপ্ৰচাৰ’
• ‘মোক ভোট দিয়ক বা নিদিয়ক মই সবকা সাথ সবকা বিকাশত আছো’
• ‘ধৰ্মীয় সংখ্যালঘূ এলেকাত যথেষ্ট কাম কৰিলো যদিও সেই ৰাইজে ভোট নিদিলে’
• ‘সমষ্টিবাসীক কৈছো যদি মই কাম কৰিছো ভোট দিব, নহ’লে ছাটাই কৰিব’
• POLITICA ত বহু কথাই ক’লে বিধায়িকা আঙুৰলতাই
• মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে POLITICA