Local, Vocal, Global

হিমন্ত বিশ্ব কংগ্ৰেছৰ বাবে আছিল কেন্সাৰ…..

প্ৰায় এক দশক পূৰ্বে তৰুণ গগৈক এই অভিযোগ দিছিল ছাত্ৰ নেতাজনে

এই ছাত্ৰ নেতাজনেই বৰ্তমান নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য

প্ৰদেশ কংগ্ৰেছৰ সম্পাদক-মুখপাত্ৰ ইমদাদ হুছেইন

বিভিন্ন প্ৰসংগত কেইবাটাও বিস্ফোৰণেৰে POLITICAত ইমদাদ হুছেইন

মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে POLITICA