Local, Vocal, Global

‘২১ বাৰ জেল খটাৰ পাছত প্ৰমাণ দিব লগা হৈছে মই কিমান অসমপ্ৰেমী!’—লাচিত বৰদলৈ

• ‘২১ বাৰ জেল খটাৰ পাছত প্ৰমাণ দিব লগা হৈছে মই কিমান অসমপ্ৰেমী!’

• ‘কংগ্ৰেছ-AIUDFৰ লগত আঞ্চলিক শক্তি একত্ৰিত হওক’

• ‘বিজেপি অসমৰ শত্ৰুৱেই নহয় অতি পৰম শত্ৰু’

• ‘কংগ্ৰেছ-বিজেপিৰ পৰা অফাৰ পাইছিলো যদিও প্ৰত্যাখান কৰিছিলো’

• এনে বহু বিস্ফোৰক বক্তব্যৰে POLITICA ত লাচিত বৰদলৈ

• মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে POLITICA