Police Constable Takes Own Life: সোণাৰিত আৰক্ষী কনিষ্টবলৰ চৰম সিদ্ধান্ত
নিউজ ডেস্ক,১১জানুৱাৰী : সোণাৰিত আৰক্ষী কনিষ্টবলৰ চৰম সিদ্ধান্ত।
সোণাৰি পাৰ্বতীপুৰৰ ভাড়াঘৰত চৰম পথ কনিষ্টবল পৃথিৱী পাণ্ডৱৰ নামৰ যুৱকজনৰ।
মৃত পৃথিৱী পাণ্ডৱৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌত বুলি জানিব পৰা গৈছে(Police Constable Takes Own Life)।
মৃত পৃথিৱী পাণ্ডৱৰ বয়স ২৬ বছৰ ।
বৰ্তমান লৈ জানিব পৰা নাই পৃথিৱী পাণ্ডৱৰ চৰম সিদ্ধান্তৰ কাৰণ ।
লগতে পঢ়ক :Sensational incident:নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰিল নম্বৰবিহীন ট্ৰেক্টৰ;নিহত চালক