Local, Vocal, Global

Police bullying in Marioni: মৰিয়নিত আৰক্ষীৰ গুণ্ডাগিৰি

১০ ফেব্ৰুৱাৰী ২০২৫, যোৰহাট:মৰিয়নিত আৰক্ষীৰ গুণ্ডাগিৰি ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ আৰক্ষীৰ।এটা চেটেলাইট চেনেলৰ সাংবাদিক সপোন ৰহমান শইকীয়াক ভিজুৱেল সংগ্ৰহ কৰি থাকোতে নিৰ্মম প্ৰহাৰ মৰিয়নি থানাৰ অসামৰিক পোচাকত যোৱা কিনাৰাম ফুলগয়াৰী আৰু পংকজ ভূঞাঁ নামৰ আৰক্ষী জোৱানৰ।মৰিয়নি থানাত এজাহাৰ দাখিল সাংবাদিক সপোন ৰহমান শইকীয়াৰ ৷