Local, Vocal, Global

পেট্ৰ’ল পাম্প খোলা থাকিব

  • মহানগৰবাসীৰ বাবে এটা ভাল খবৰ।
  • ২২ অক্টোবৰত পাব পেট্ৰ’ল পাম্পসমূহ খোলা।
  • পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।
  • পেট্ৰ’লিয়াম পাম্প এছ’চিয়েশ্যনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰে হোৱা আলোচনামৰ্মে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।